GOOD
INDIA
ASSAM
যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ সমীপত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ : যোগীঘোপাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৰনাৰায়ণ সেতুৰ সমীপত আজি পুৱতি নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়। নিহত লোকজন ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মহেজ আলী বুলি চ