GOOD INDIA ASSAM

সম্পাদকীয় : নিজৰ বাবে এঘণ্টা

এটা মুহূর্ত চকু মুদি ভাবকচোন– আমি প্রকৃতার্থত নিজৰ বাবে দিনটোৰ কিমান সময় দিওঁ?আজিৰ ব্যস্ত জীৱনত মানুহৰ হাতত সকলো আছে, কেৱল নিজৰ বাবে সময় নাই৷ কর্মক্ষেত্রৰ চাপ, পৰিয়ালৰ দায়িত্ব, অর্থনৈতিক অনিশ্চয়তা আৰু ভৱিষ্যতৰ চিন্তাই মানুহক এনেদৰে চেপি ৰাখ

নিয়মীয়া বাৰ্তা Sat, 28 Nov 2026 03:00
নিয়মীয়া বাৰ্তা पर मूल खबर पढ़ें ↗